হঠাৎ অসুস্থ হৈ পৰিল BCCI ৰ সভাপতি সৌৰভ গাংগুলি

9a72272e 39d0 4d70 98cb 868a995ffffe

●হঠাৎ অসুস্থ হৈ পৰিল BCCI ৰ সভাপতি সৌৰভ গাংগুলি ।

●শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগিছিল গাংগুলি ।

●প্ৰাক্তন ক্ৰিকেটাৰজনক ভৰ্তি কৰোৱা হৈছে পশ্চিমবংগৰ উডছলেণ্ড হাস্পতালত ।

●উল্লেখযোগ্য যে আজি পুৱা হঠাৎ নিজৰ বাসগৃহতে জিম কৰি থকা অৱস্থাত ঢলি পৰে ক্ৰিকেটাৰজন।

●তথ্য অনুসৰি প্ৰাক্তন ক্ৰিকেটাৰজন বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে । চিকিৎসকে জনোৱা অনুসৰি হৃদৰোগত আক্ৰান্ত আছিল গাংগুলি।

Exit mobile version