চিৰাঙৰ ঔগুৰীত সংবাদ মেল পাতি সদৌ অসম ব্ৰহ্ম ধৰ্মৰ প্ৰতিক্ৰিয়া প্ৰকাশ

WhatsApp Image 2021 01 08 at 12.17.57 PM

অসম চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰে অসম দৰ্শন আঁচনিৰ দ্বাৰা ব্ৰহ্ম ধৰ্মক বাদ দিয়াৰ অভিযোগ

 

● সদৌ অসম ব্ৰহ্ম‌ ধৰ্মৰ সংবাদ মেল ।
● চিৰাং জিলাৰ ঔগুৰীৰ ব্ৰক্ষ মন্দিৰত এই সংবাদ মেল আয়োজন কৰে সদৌ অসম ব্ৰহ্ম‌ ধৰ্ম সমিতিয়ে।

● অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ নামত ব্ৰহ্ম ধৰ্মৰ লোকসকলক বঞ্চিত কৰাক লৈ সংবাদ মেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ  কৰে উপ সভাপতি সমৰ কুমাৰ ব্ৰক্ষই।
● চৰকাৰে ৰাজনৈতিক মন্তব‍্যৰে ব্ৰহ্ম ধৰ্মক বঞ্চিত কৰা বুলিও অভিযোগ উত্থাপন কৰে ব্ৰক্ষই ।

 

Exit mobile version