■বিগত ২৪ ঘণ্টাত ভাৰতত মুঠ ১৮ হেজাৰ ২২২ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ।
■সৰ্বমুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি চাৰি লাখ ৩১ হেজাৰ ৬৩৯ জন ।
■ক’ভিডত আক্ৰান্ত হৈ এক লাখ ৫০ হেজাৰ ৭৯৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।
■বিগত ২৪ ঘণ্টাত ২২৮ জন লোকৰ মৃত্যু হৈছে ক’ভিডৰ ফলত ।
■ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে এক কোটি ৫৬ হেজাৰ ৬৫১ জন ।
■যোৱা ২৪ ঘণ্টাত ১৯ হেজাৰ ২৫৩ জন লোক ক’ভিড মুক্ত হৈছে ।
■সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে দুই লাখ ২৪ হেজাৰ ১৯০ জন ।
ক’ভিড আপডেট
