ক’ভিড আপডেট

77994511

●আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৮ হেজাৰ ৬৪৫ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত হৈছে ।
●সৰ্বমুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি চাৰি লাখ ৫০ হেজাৰ ২৮৪ জন ।
●সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে দুই লাখ ২৩ হেজাৰ ৩৩৫ জন ।
●যোৱা ২৪ ঘণ্টাত আঠ লাখ ৪৩ হেজাৰ ৩০৭ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
●ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি ৭৫ হেজাৰ ৯৫০ জন ।
●বিগত ২৪ ঘণ্টাত ১৯ হেজাৰ ২৯৯ জন লোক ক’ভিড মুক্ত হৈছে ।
●সম্প্ৰতি কৰ’না ভাইৰাছত আক্ৰান্ত হৈ এক লাখ ৫০ হেজাৰ ৯৯৯ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●যোৱা ২৪ ঘণ্টাত ২০১ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।

Exit mobile version