ডাইন’ছৰৰ আকৃতিৰ মেজি জ্বলাই দেশ ক’ৰনা মুক্ত হোৱাৰ প্ৰাৰ্থনা ৰাইজৰ

WhatsApp Image 2021 01 14 at 2.38.53 PM

 

ভোগৰ উৎসৱ ভোগালীৰ আনন্দত আত্মহাৰা সমগ্ৰ অসম । পিচ পৰি থকা নাই বঙাইগাঁও জিলাৰ টেঙাইগাঁও অঞ্চলো। কোচ ৰাজবংশী অধ্যুশিত এই অঞ্চলত জুৰাছিক পাৰ্কৰ বৃহৎ ডাইনাছৰ আকৃতিৰ মেজি জ্বলাই দেশখন ক’ৰনা মুক্ত হোৱাৰ বাবে প্ৰাৰ্থনা জনায় টেঙাইগাওঁ ৰাইজে।

Exit mobile version