চিৰাঙত বিভিন্ন সমস্যা সমাধানৰ দাবীত আশা কৰ্মীসকলৰ প্ৰতিবাদ

WhatsApp Image 2021 01 20 at 1.07.13 PM

আজি দুপৰীয়া ১২ বজাত চিৰাং জিলা সদৰত জিলাখনৰ আশা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

আশা কৰ্মীসকলৰ পদ নিয়মীয়া কৰণকে আদি কৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত এই দৰেই আজি আশা কৰ্মীসকল ওলাই আহে প্ৰতিকূল বতৰৰ মাজতে ।

প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে স্মাৰক প্ৰদান কৰে আশা কৰ্মীসকললৈ ।

 

Exit mobile version