ইজৰাইলত ফাইজাৰ ভেকছিন গ্ৰহণৰ পাছত ১২ হেজাৰতকৈও অধিক লোকৰ দেহত পোৱা গ’ল ক’ভিডৰ বীজাণু

u8vm2hl pfizer covid vaccine

ফাইজাৰ/বায়এনটেক ভেকছিনৰ দ্বাৰা ইনকুলেট কৰাৰ পিছত ১২,৪০০ ৰো অধিক লোকে ইজৰাইলত কৰ’না টেষ্ট কৰিছে।

ফাইজাৰৰ ভেকছিনৰ দ্বাৰা প্ৰতিষেধক দিয়াৰ পাছত ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰণালয়ে ১৮৯,০০০ লোকক পৰীক্ষা কৰিছিল আৰু ৬.৬ শতাংশ লোকৰ গাত এতিয়াও পোৱা গৈছে ক’ভিডৰ উপস্থিতি।

Exit mobile version