শিৱসাগৰৰ জেৰেঙা পথাৰত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদী

web plain thumbnail modi

শিৱসাগৰৰ জেৰেঙা পথাৰত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদী।বায়ুসেনাৰ বিমানযোগে আহি শিৱসাগৰৰ জেৰেঙা পথাৰত উপস্থিত প্ৰধানমন্ত্ৰীগৰাকী।আজিৰ দিনটোত এক লাখ ভূমিহীনক মাটি পট্টা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷এক লাখৰো অধিক পৰিয়ালক দিয়া হ’ব ভূমিপট্টা।

Exit mobile version