অসুস্থ সৌৰভ গাংগুলীক হাস্পতালত ভৰ্তি

ganguly so

বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী পুনৰ অসুস্থ হাস্পতালত ভৰ্তি কৰোৱা হৈছে পভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ

ADVERTISEMENT

মঙলবাৰে নিশা বুকুৰ বিষত আক্ৰান্ত হৈছেল ক্ৰিকেটাৰগৰকী আৰু তাৰ পাছতে আজি পুনৰ কলিকতা হাস্পতালত ভৰ্তি কৰোৱা হয় সৌৰভ গাংগুলীক।

উল্লেখ্য, মাত্ৰ কেইদিনমান আগেয়ে হৃদৰোগত আক্ৰান্ত হোৱা সৌৰভ গাংগুলীয়ে সুস্থ হৈ ঘৰলৈ উভতিছিল যদিও পুনৰ অসুস্থ হোৱাৰ খবৰে উদ্বিগ্ন কৰিছে পৰিয়ালৰ লগতে অনুৰাগীক।

Exit mobile version