ছ’চিয়েল মিডিয়াত ভাইৰেল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছান আৰু তেওঁৰ প্ৰেমিক শান্তনু হাজৰিকা

shruti haasan boy friend santanu hazarika sends her special birthday wishes1
ADVERTISEMENT

বলিউডৰ অভিনেত্ৰী শ্ৰুতি হাছানে নিজৰ ৩৫ সংখ্যক জন্মদিন উদযাপন কৰিলে অসমৰ প্ৰেমিক শান্তনু হাজৰিকাৰ লগত।শ্ৰুতি হাছানৰ জন্মদিনৰ দুয়োৰে কিছু আকৰ্ষণীয় ফটো শান্তনৱে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে আৰু তাৰ পিছতে এতিয়া দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে দুয়ো।

অভিনেত্ৰী শ্ৰুতিৰ স’তে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত সংগ দিয়া দেখা যায় শান্তনু হাজৰিকাক।উল্লেখযোগ্য যে , অভিনেত্ৰী শ্ৰুতি হাছান আৰু শান্তনু হাজৰিকা দুয়ো বৰ্তমান প্ৰেমৰ সম্পৰ্কত আছে।গুৱাহাটীৰ প্রেমিক শান্তনু হাজৰিকা হ’ল গুৱাহাটী এয়াৰ প্ৰজেক্টৰ ক’-ফাউণ্ডাৰ।

Exit mobile version