ক’ভিড আপডেট

Coronavirus

●বিগত ২৪ ঘণ্টাত ভাৰতত ১২ হেজাৰ ৮৯৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি সাত লাখ ৯০ হেজাৰ ১৮৩ জন ।
●ক’ভিড আক্ৰান্ত হৈ এক লাখ ৫৪ হেজাৰ ৭০৩ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●বিগত ২৪ ঘণ্টাত ১০৭ জন লোকৰ মৃত্যু হৈছে ।
●ইতিমধ্যে এক কোটি চাৰি লাখ ৮০ হেজাৰ ৪৫৫ জন লোক ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ।
●যোৱা ২৪ ঘণ্টাত ১৭ হেজাৰ ৮২৪ জন লোক সুস্থ হৈছে ।
●সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে এক লাখ ৫৫ হেজাৰ ২৫ জন ।
●যোৱা ২৪ ঘণ্টাত সাত লাখ ৪২ হেজাৰ ৮৪১ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

ADVERTISEMENT
Exit mobile version