ক’ভিড আপডেট

sciencesource ss2413465 bd5e295079f203794a6d35a99a4db82fa5615d4d

●বিগত ২৪ ঘণ্টাত ভাৰতত ১১ হেজাৰ ৭১৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

ADVERTISEMENT

●মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি আঠ লাখ ১৪ হেজাৰ ৩০৪ জন ।

●ক’ভিড আক্ৰান্ত হৈ মুঠ এক লাখ ৫৪ হেজাৰ ৯১৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।

●বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৯৫ জন লোকৰ মৃত্যু হৈছে ।

●ইতিমধ্যে এক কোটি পাঁচ লাখ ১০ হেজাৰ ৭৯৬ জন লোক ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ।

●যোৱা ২৪ ঘণ্টাত ১৪ হেজাৰ ৪৮৮ জন লোক সুস্থ হৈছে ।

Exit mobile version