Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

    Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

    Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

    Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

উচ্চ ফাইবাৰযুক্ত কলক কেনেকৈ আপোনাৰ প্ৰতিদিনৰ আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিব

পঢ়ক সবিশেষ

publisher by publisher
February 6, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
উচ্চ ফাইবাৰযুক্ত কলক কেনেকৈ আপোনাৰ প্ৰতিদিনৰ আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিব
2
SHARES
20
VIEWS
ShareShareShareShare

তাৎক্ষণিক শক্তি বৃদ্ধিত সহায়ক কল সাধাৰণতে বিশ্বৰ সকলো ঠাইতে উপলব্ধ । এইবিধ ফলক ভাৰতত অধিক গুৰুত্ব প্ৰদান কৰা হয় । বিভিন্ন সুস্বাদু আঞ্চলিক ৰন্ধনটো ইয়াৰ ব্যৱহাৰ কৰা হয়, যেনে – খিৰ, পায়স, মালপুৱা, হালোৱা ইত্যাদি । ই আপোনাৰ দিনৰ শুভাৰম্ভণি কৰিবলৈ তৎক্ষণিক শক্তি প্ৰদান কৰে ।

ADVERTISEMENT

আহকচোন চাওঁ কলক আমাৰ প্ৰতিদিন খাদ্যশল্যীত অন্তৰ্ভুক্ত কৰাৰ উপকাৰিতাঃ

RelatedPosts

No Content Available

●উচ্চ ফাইবাৰযুক্ত
কল দ্ৰৱণীয় আৰু অদ্ৰৱণীয় উভয় ফাইবাৰযুক্ত । দ্ৰৱণীয় ফাইবাৰে হজম শক্তি ধীৰ কৰে আৰু পেট পৰিপূৰ্ণ বোধ কৰাই । সেয়ে কলক প্ৰাতঃ খাদ্যত অন্তৰ্ভুক্ত কৰক যাতে আপুনি পৰৱৰ্তী সময়ৰ খাদ্যৰ কথা চিন্তা নকৰি নিজ কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰিব পাৰে ।

●হজমৰ বাবে সহায়ক
আয়ুৰ্বেদৰ মতে, কল মিঠা আৰু টেঙা স্বাদযুক্ত । মিঠা স্বাদে ভাৰাক্ৰান্তিৰ অনুভূতি আনে আৰু টেঙা স্বাদে হজম ৰস উৎপন্ন কৰে । ফলত হজমত সহায়ক হয় আৰু বিপাক গঠনটো সহায়তা কৰে ।

● হৃদৰোগ
উচ্চ ফাইবাৰযুক্ত খাদ্যবোৰ হৃদপিণ্ডৰ বাবে উপকাৰী । যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্ছিটি অৱ লীডছৰ এক সমীক্ষা অনুসৰি, ফাইবাৰ সমৃদ্ধ খাদ্যই কাৰ্ডিঅ’ভাস্কোলাৰ ডিজিজ (চিভিডি) আৰু ক’ৰ’নেৰি হাৰ্ট ডিজিজ (চিএইচডি) উভয়ৰে সংশয় হ্ৰাস কৰে ।

intro 1599479648

●পুষ্টিৰ পাৱাৰ হাউচ
কল প্ৰয়োজনীয় ভিটামিন আৰু খনিজ যেনে পটেছিয়াম, কেলচিয়াম, মেংগানিজ, আইৰণ, ফ’লেট, নিয়াচিন, ৰাইব’ফ্লাইভিন আৰু বি৬ সমৃদ্ধ । এইবোৰে শৰীৰৰ সঠিক কাৰ্যকৰীতা আৰু সুস্থ ৰখাত অৱদান আগবঢ়াই ‌।

●উচ্চ ৰক্তচাপ
লৱণ উচ্চ ৰক্তচাপৰ বাবে ক্ষতিকাৰক বুলি সকলোৱে অৱগত । কলত কম পৰিমাণে লৱণ থাকে আৰু ই উচ্চ পটেছিয়ামযুক্ত । এই বৈশিষ্ট্যবোৰে উচ্চ ৰক্তচাপজনিত ব্যক্তিৰ স্বাস্থ্যত আদৰ্শ হিচাপে কাম কৰে । আপোনাৰ ডাইটত অন্তৰ্ভুক্ত কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব নাপাহৰিব ।

● এনিমিয়াৰ স’তে যুঁজত সহায়ক
অধিক আইৰণযুক্ত হোৱাৰ বাবে ই এনিমিয়া ৰোগীৰ বাবে উপকাৰী । এনিমিয়া ৰোগৰ ফলত ৰক্ত লোহিত ৰক্তকণিকা বা হিম’গ্ল’বিনৰ পৰিমাণ হ্ৰাস পায় ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: benefits of banana
publisher

publisher

Related Posts

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?
Lifestyle

May 11, 2025
দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
Lifestyle

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

May 9, 2025
ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ
Lifestyle

ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

May 8, 2025
শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব
Lifestyle

শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

May 6, 2025
নতুন গৱেষণাত ওলাল বিশেষ তথ্য
Lifestyle

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

May 5, 2025
প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?
Lifestyle

প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

May 5, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d