কৰন জ’হাৰৰ সন্তান য়শ আৰু ৰুহিৰ জন্মদিনৰ অনুষ্ঠানত উপস্থিত হ’ল গৌৰী আবৰাম, কৰিনা-টাইমুৰ আৰু অন্যান্য

karan johar

কৰন জ’হৰৰ সন্তান য়শ আৰু ৰুহিৰ চতুৰ্থটো জন্মদিনত কৰণ জ’হৰে মুম্বাইত এটা পাৰ্টিৰ আয়োজন কৰে য’ত উপস্থিত থাকে তেওঁৰ ঘনিষ্ঠ বন্ধুসকল ।

ADVERTISEMENT

কৰন জ’হৰৰ সন্তান য়শ আৰু ৰুহিৰ জন্মদিনৰ অনুষ্ঠানত উপস্থিত হয় গৌৰী খান আৰু তেওঁৰ পুত্ৰ আবৰাম।

লগতে কৰিনা কাপুৰ তেওঁৰ পুত্ৰ তৈমুৰ আলী খানৰ স’তে পাৰ্টিত উপস্থিত হোৱা দেখা গ’ল।

নেহা ধুপিয়াই কন্যা মেহৰৰ স’তে পাৰ্টিত অংশগ্ৰহণ কৰিছিল আৰু নেহাৰ স্বামী অংগদ বেদীও পাৰ্টিত উপস্থিত আছিল।

লগতে একতা কাপুৰকো দেখা গ’ল জন্মদিনৰ পাৰ্টিত। নাতাশা পোনাৱালাও উপস্থিত আছিল য়শ আৰু ৰোহিৰ জন্মদিন অনুষ্ঠানত । তুষাৰ কাপুৰকো পুত্ৰ লক্ষ্যৰ স’তে জন্মদিনৰ পাৰ্টি দেখা গ’ল।

Exit mobile version