মঙলৰ মাটিত অধিকাৰ সাব্যস্ত কৰিবলৈ সাজু পৃথিৱী। মঙলৰ কোন কোন স্থানত পানীৰ অভাৱ নহব সেই স্থানসমূহ চিনাক্ত কৰিছে নাছাই।ইয়াৰ দ্বাৰা মঙলৰ বুকুত কেৱল ভৰি থোৱাই নহয়,ভৱিষ্যতে পৃথিৱীবাসীয়ে ইয়াত বসতি স্থাপন কৰিবলৈ সুচল হ’ব। এনেই স্থানক চিনাক্ত কৰি নাছাই এখন বিতং মানচিত্ৰ প্ৰস্তুত কৰিছে।এই মানচিত্ৰত জলধাৰ থকা অঞ্চলসমূহৰ অৱস্থান,দিশ নিৰ্দেশনা আদি সকলো যাৱতীয় তথ্য সংলগ্ন কৰা হৈছে ।মঙলত মানুহৰ আগন্তুক দিনৰ বসবাসৰ সম্বাৱ্য অঞ্চলসমূহৰ এনে বিতং মানচিত্ৰ অংকন এই প্ৰথম সম্ভৱ হ’ল।এই মানচিত্ৰৰ গৱেষণাপত্ৰ সোমাবাৰে আন্তৰ্জাতিক বিজ্ঞান জাৰ্নেল এষ্ট্ৰান’মিত প্ৰকাশ পাইছে ।
মঙলৰ মাটিত পৃথিৱীবাসীৰ বসতিৰ মানচিত্ৰ প্ৰস্তুত কৰিলে নাছাই
-
By publisher

Related Content
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ'ব সামাজিক মাধ্যম
By
publisher
April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
By
publisher
April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
By
publisher
April 25, 2026
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ'ব সৰ্বোচ্চ ন্যায়ালয়ত
By
publisher
April 25, 2026
এতিয়া ছিমৰনৰ দিন নাই: কাজল
By
publisher
April 25, 2026