ভাৰতত মুকলি কৰা হ’ল Nokia 5.4 স্মার্টফোনটো

nokia 5 4 image 1608018689391

★ Nokia 5.4 স্মার্টফোনটোত উপলব্ধ হ’ব ৬.৩৯ইঞ্চি ডিচল্লে

★ প্ৰচেছৰ কুৱেলকম স্নেপড্ৰেগণ 662 স’তে ফ্ৰণ্ট কেমেৰা ১৬-মেগাপিকচেলত উপলব্ধ হৈছে Nokia 5.4 স্মার্টফোনটো ।

★ৰেয়াৰ কেমেৰা ৪৮-মেগাপিকচেল+২-মেগাপিকচেল+৫-মেগাপিকচেল+২-মেগাপিকচেল ত আছে এই Nokia 5.4 স্মার্টফোনটো।

★ ৪ জিবি ৰেমৰ স’তে ৬৪জিবি স্তৰেজত উপলব্ধ হৈছে Nokia 5.4

★ Nokia 5.4 স্মার্টফোনটোৰ বেটাৰী কেপাচিটি 4000mAh

Exit mobile version