ভাৰতত মুকলি হ’ল ইনফিনিক্স স্মাৰ্ট ৫ স্মার্টফোন

Infinix Smart 5 aka Hot 10 Play Featured

★ইনফিনিক্স স্মাৰ্ট ৫ স্মার্টফোনটোত আছে ৬.৮২ ইঞ্চি ডিছপ্লে।

★ইয়াত উপলব্ধ ৮-মেগাপিকচেল ফ্ৰণ্ট কেমেৰা ।

★ইনফিনিক্স স্মাৰ্ট ৫ স্মার্টফোনটোত ৩২জিবি স্তৰেজৰ স’তে বেটাৰী কেপাচিটি আছে ৬০০০mAh

★১৩-মেগাপিকচেল ৰেয়াৰ কেমেৰা সহ ৭২০×১৬০০পিক্সেল ৰিজলিউছনত উপলব্ধ ইনফিনিক্স স্মাৰ্ট ৫ স্মার্টফোনটো।

★ইয়াৰ ৰেম হৈছে ২জিবি ।

Exit mobile version