ওৱান প্লাছ আঠ প্র
ওৱান প্লাছৰ এই স্মার্টফোনত আছে ৬.৭৮ ইঞ্চিৰ এমােলেড ডিপ্লেসহ অক্টাকোৰ পেড্রেগন ৮৬৫ প্রছেছৰ, ১২ জিবি ৰেম আৰু ২৫৬ জিবি স্টোৰেজৰ সুবিধা। এনড্রইড ১০ অক্সিজেন অপাৰেটিং ছিষ্টেম চালিত এই ফোনত ফিংগাৰপ্রিন্ট চেন্সৰ, ৪৫১০এমএএইছ বেটাৰীৰ লগতে আছে ৪৮ মেগা পিক্সেল প্রাইমাৰী ছেলৰযুক্ত কেমেৰা। ফোনটোৰ দাম ৫৪.৯৯০ টকা।
ছেমছুং গেলেক্সী এছ ২০ আল্টা
ছেমছুৰ সবাতােকৈ উত্তম কেমেৰা ছেটআপ এই মডেলটোতেই দিয়া হৈছে। ১০৮ মেগা পিক্সেল প্রাইমাৰী কেমেৰা ছেটআপৰ এই ফোনটোত আছে। ১০০ এক্স জুমৰ ক্ষমতা, আঠ কে ভিডিঅ’ ৰেকর্ডিঙৰ লগতে অত্যাধুনিক প্রযুক্তিৰ নাইট-মােড কেমেৰা এফেক্টছ। ছেমছাং গেলেক্সী এছ ২০ আন্ট্রা মডেলত এক্সীনজ ৯৯০ প্রছেছৰ আৰু ৫০০০ এমএএইচ বেটাৰী উপলব্ধ। বজাৰত ইয়াৰ দাম ৮৬,৯৯৯টকা।
এপল আইফোন এছ ই (২০২০)
মুক্তি লাভৰ লগে লগে ব্যাপক জনপ্রিয়তা লাভ কৰা এপলৰ এই স্মার্টফোনটোত আছে ৪.৭ ইঞ্চিৰ এইছ ডি ৰেটিনা ডিছপ্লে, শক্তিশালী এপল এ১৩ বায়নিক প্রফেছৰ,৬৪জিবি/১২৮জিবি/২৫৬জিবিৰ প্ৰসাৰসাধ্য মেম’ৰীৰ সুবিধা। লগতে ফোনটোত আছে ১২ মেগা পিক্সেল ৰিয়াৰ কেমেৰা আৰু সাত মেগা পিক্সেল ফ্রন্ট কেমেৰাও। এপল আইফোন এছ ই (2020) হৈছে।
পানী আৰু ধূলি প্ৰতিৰােধী মডেল যাৰ দাম ৩৫,৯৯০টকা।
মট’’লা এড জ প্লাছ
ছেমছুং গেলেক্সী এ৫১
৬.৫ ইঞ্চিৰ ডিপ্লেযুক্ত এই স্মার্টফোনৰ পিক্সেল ৰিজলিউছন হ’ল ২৪০০x১০৮০| অক্টাকোৰ এক্সীনজ ৯৬১১ প্রছেছৰ এই স্মার্টফোনত ৬জিবি ৰেম আৰু ১২৮জিবি স্টোৰেজ উপলব্ধ। কুৱেড ৰিয়াৰ কেমেৰা। ছেটআপৰ ফোনটোত আছে ৪৮ মেগা পিক্সেল। প্রাইমাৰী ছেৰ ১২ মেগা পিক্সেল আল্টা ৱাইড এংগল লেন্সসমূহ পাঁচ মেগা পিক্সেল ডেপথ চেন্সৰ আৰু পাঁচ মেগা পিক্সেল মেক্রো লেন্সৰ সুবিধা। ৪০০০ এমএএইছ বেটাৰীৰ ছেমছুং গেলেক্সী এ৫১ নামৰ এই মডেলটোৰ দাম মাত্র ২০,৯৯৯ টকা।