বকোত উদযাপন কৰা হয় সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭২তম প্ৰতিষ্ঠা দিৱস। বকো থানা গাঁওৰক্ষী বাহিনী কেন্দ্ৰিয় সমিতিৰ সভাপতি ধিৰু মোহন দেৱানৰ পৌৰহিত্যত অনুস্থিত প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাবে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় উপস্থিত থাকি কয়, গাঁও এখন সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব গাঁও ৰক্ষী বাহিনীৰ।
ADVERTISEMENT
১২৩টা গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসহ সদস্যসকলৰ লগতে প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়, বকোৰ হাহিম,জামবাৰী,সোণতলী, মন্দিৰা,লাম্পী আৰক্ষী চকীৰ আৰক্ষী বিষয়া ক্ৰমে বিক্ৰম বসুমতাৰী, মুন্না পাচনি,অৰ্জুন তালুকদাৰ,কবিন্দ্ৰ ৰাভা,ৰাজু কুৰ্মী উপস্থিত থাকে।