ক’ভিড আপডেট

20200715 gettyimages 1256396037 custom df33989f510f36e3a4af3702d470f1e31cb7bb3a s800 c85 1

●বিগত ২৪ ঘণ্টাত ভাৰতত  ১৩ হেজাৰ ৯৯৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

●ইতিমধ্যে মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ন লাখ ৭৭ হেজাৰ ৩৮৭ জন ।

●ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি ছয় লাখ ৭৮ হেজাৰ ৪৮ জন ।

●বিগত ২৪ ঘণ্টাত ১০ হেজাৰ ৩০৭ জন লোক ক’ভিড মুক্ত হৈছে ।

●যোৱা ২৪ ঘণ্টাত ভাৰতত ১০১ জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

Exit mobile version