দিনটোৰ ৰাশিফল

horoscope vector 668141

মেষ : ধৈর্যৰে প্রতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যালাভত বাধা কম। ভ্রমণাদিত কষ্ট হলেও শুভ। পিতৃৰ কথাত নিৰুৎসাহ। শৰীৰ বৰ ভালেৰে যােৱা টান। নতুন সংবাদত আনন্দ।

বৃষ :আচৰিত কথাৰ সম্ভেদ পাব। আর্থিকতাে কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। বিদ্যাত বেয়া বােলা নাযায়। ভ্ৰমণত অলপ সাৱধান থাকক।

মিথুন : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপােনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব। কর্মস্থানত আনন্দ। প্ৰেমত আনন্দ।

কর্কট : ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হলেও প্রকট নহ’ব। শৰীৰৰ প্ৰতি যত্ন লােৱাটো দংকাৰ বিদ্যার্থীৰ মধ্যম। বন্ধু- বান্ধৱৰ পৰা উৎসাহ। কিন্তু তেওঁলােকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল।

সিংহ :সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব। আর্থিক চিন্তিত। খৰচৰ মাত্রা বৃদ্ধি। ব্যস্ততা।

কন্যা :ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনােনিবেশ কৰিব।

তুলা : সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব। আর্থিক চিন্তিত। খৰচৰ মাত্রা বৃদ্ধি। ব্যস্ততা

বৃশ্চিক : মেজলীয়াভাৱে দিনটো পাৰ হ’ব। কর্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতর্ক থকাটো উচিত হ’ব। প্রেমপ্রীতিত উদাস চিন্তা। পঢ়াত মধ্যম।

ধনু : শৰীৰ পূৰ্বৰ তুলনাত আশাপ্রদ। আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব। উচ্চ বিদ্যাত সাফল্য লাভ। আর্থিক, আয়ু বৃদ্ধি পাব। কোনাে প্রিয় লােকৰ যােগাযােগত আনন্দ।

মকৰ :কৰ্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সম্মানৰ ক্ষেত্ৰত সচেতন হ’ব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্ৰমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যােগ।

কুম্ভ : ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰৰা দেখা যায়। ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায়।

মীন : ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰাে দেখা যায়। ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায়। প্রাপ্যদি কিছু পাব আৰু নতুন চিন্তাৰ উৎসাহ পাব, কিন্তু দাম্পত্যত উদ্বেগ।

Exit mobile version