গণেশগুৰিৰ কাহিলিপাৰাত ভয়াবহ অগ্নিকাণ্ড

মহানগৰীৰ কাহিলিপাৰা ৰাজপথতে জ্বলি উঠিল ১০৮ এম্বুলেন্স।

অগ্নিকাণ্ডৰ ৰহস্য এই পৰ্যন্ত জানিবলৈ পৰা নাই।

আতংকিত স্থানীয়লোক সকল।

Exit mobile version