এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে আৰম্ভ হ’ব বিশ্বব্যাপী গুগল মেপছৰ ডাৰ্ক ম’ড

Dark Mode maps in Google App hero

● গুগল মেপছৰ এণ্ড্ৰইড এপত উপলব্ধ হ’ব ডাৰ্ক থিম ।
● কোম্পানীটোৱে জনায় যে, ফিচাৰটো কেইমাহমান পৰীক্ষা কৰাৰ পাছত বিশ্বব্যাপী এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে উপলব্ধ হ’ব ।

● ডাৰ্ক থিম ব্যৱহাৰকাৰীসকলৰ বেটেৰী দীৰ্ঘম্যাদী হ’ব আৰু গ্ৰেস্কেল ইণ্টাৰফেচে চকুৰ ৰশ্মি ভালে ৰাখিব ।
● নতুন থিমটো ব্যৱহাৰ কৰিবলৈ গুগল মেপছৰ ছেটিংছত যাওক আৰু ডাৰ্ক থিম অপছনটো ক্লিক কৰক ।
● পুনৰ বগা স্ক্ৰীনত কৰিবলৈ গুগল মেপছৰ ছেটিংছত গৈ থিমত ক্লিক কৰি অলৱেজ ইন লাইট থিম ছিলেক্ট কৰক ।

Exit mobile version