● ২০২১ আৰই হিমালয়ানৰ গুগল মেপৰ দ্বাৰা চালিত ট্ৰাইপাৰ নেভিগেচন আৰু অন্যান্য কস্মেটিক আপডেট কৰা হৈছে ।
● এই ট্ৰাইপাৰ নেভিগেচন স্মাৰ্ট ফোনৰ স’তে ব্লুটুথৰ জৰিয়তে অথবা ৰয়েল এনফিল্ড এপৰ জৰিয়তে যুক্ত থাকিব ।
● ২০২১ হিমালয়ানৰ নতুন ৰং, এৰ্গন’মিক আৰু অন্যান্য কস্মেটিক পৰিৱৰ্তন কৰা হৈছে ।
● চালকৰ প্ৰতিক্ৰিয়া আৰু ব্যৱহাৰকাৰীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়ে হিমালয়ান ২০২১ৰ আপডেট কৰা হৈছে ।
● সম্প্ৰতি ই তিনিটা নতুন বৰণত উপলব্ধ হ’ব ।
● মটৰ চাইকেলখনৰ ৰেয়াৰ কেৰিয়াৰৰ পুনৰ ডিজাইন কৰা হৈছে কঠিন ধাতুৰ প্লেটেৰে । কেৰিয়াৰৰ উচ্চতা কম কৰা হৈছে আৰু ইয়াৰ সৰ্বাধিক বহন ক্ষমতা হৈছে সাত কেজি ।