দিল্লীত নিৰ্বাচনী আয়োগৰ সংবাদ মেল

Screenshot 230

● ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৩৩ হেজাৰ পাঁচশ ৩০ টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব ।
● ৮০ৰ ঊৰ্ধ্বৰ ভোটাৰসকলৰ বাবে প’ষ্টেল বেলেটৰ সুবিধা থাকিব ।
● মনোনয়ন দিবলৈ প্ৰাৰ্থীৰ লগত কেৱল দুজন থাকিব পাৰিব ।

● অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন
● ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
● প্ৰথম পৰ্যায়ত হ’ব ৪৭ টা সমষ্টিত
● এক এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
● দ্বিতীয় পৰ্যায়ত হ’ব ৩৯ টা সমষ্টিত
● ছয় এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
● তৃতীয় পৰ্যায়ত হ’ব ৪০ টা সমষ্টিত
● দুই মে’ত ভোটগণনা

Exit mobile version