বিজেপি নেত্ৰী দিপাঞ্জলী কাকতিক গ্ৰেপ্তাৰ

দিপাঞ্জলীৰ নিজ বাসগৃহৰ পৰা পুৱাই গ্ৰেপ্তাৰ কৰে কাকপথাৰ আৰক্ষীয়ে ।

কৰ্তব্যৰত আৰক্ষীক কাকপথাৰ আৰক্ষী থানাত প্ৰহাৰ কৰি পলায়ন কৰিছিল দিপাঞ্জলীয়ে ৷

ঘটনা সম্পৰ্কে কাকপথাৰ থানাত ৰুজু হৈছিল এক গোচৰ ৷

মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সদস্যৰ দায়িত্ব দিয়া হৈছিল কাকতিক ৷

ইতিমধ্যে তিনিচুকীয়া সদৰ আৰক্ষী থানালৈ লৈ অনা হৈছে দিপাঞ্জলী কাকতিক ৷

Exit mobile version