শেৱালী ফুলৰ ঔষধি গুণাগুণ

nurserylive plants parijat tree parijatak night flowering jasmine plant

★ই যকৃতৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে৷ ইয়াক ভালদৰে ৰান্ধি খালে, ভোক আৰু খাদ্যৰ ৰুচি বঢ়োৱাত সহায় কৰে৷

★যিবিলাক ব্যক্তিৰ সঘনাই কাহ আৰু চৰ্দি হৈ থাকে, তেনে ব্যক্তিৰ বাবে ই অত্যন্ত ভাল৷

★ই খাদ্য সহজতে পাচন হোৱাত সহায় কৰে৷ ই পাইলচ্ ৰোগীসকলৰ বাবেও এটা ভাল খাদ্য৷

★ ইয়াক নিয়মিত খালে অকালত চুলি পকা আৰু সৰা, এই দুয়োটা সমস্যায়ে দূৰ হয়৷

★ ই ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে৷

★শৰীৰত কিবা বিষাক্ত বস্তু সোমালে তাৰে বেয়া প্ৰভাৱবোৰ ই দূৰ কৰাত সহায় কৰে৷

★ মেলেৰিয়া, টাইফয়দ আদি ৰোগৰ বেয়া প্ৰভাৱসমূহ শৰীৰৰ পৰা আতৰ কৰি শৰীৰ সুস্থ সবল কৰি ৰখাত সহায় কৰে৷

Exit mobile version