প্ৰতিশোধপৰায়ন মনোভাৱেৰে কংগ্ৰেছ মহাজোঁটত বিপিএফ

বিজেপিত এতিয়া মই নাই-বেছি নালাগে ৭০ খনলৈ মহাজোঁটে চৰকাৰ গঠন কৰিমঃ হাগ্ৰামা

WhatsApp Image 2021 02 28 at 2.25.48 PM

বিজেপিয়ে কৰা অপমানৰ পোতক তুলাৰ মনোভাৱেৰে কংগ্ৰেছ মহাজোঁটত চামিল হ’ল বি পিএফ | আজি হোটল ছিগনেট ইনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটতে আয়োজন কৰা সংবাদমেলত অংশ লৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ঘোষণাঃ

Exit mobile version