গৌৰীপুৰৰ আৰক্ষী থানা অন্তৰ্গত বৰাইবাৰী অঞ্চলত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড

পত্নীক ৰডেৰে কোবাই হত্যা স্বামীৰ

Death Picture EPS

গৌৰীপুৰৰ আৰক্ষী থানা অন্তৰ্গত বৰাইবাৰী অঞ্চলত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীক ৰডেৰে কোবাই হত্যা কৰে স্বামীয়ে। মৃত পত্নীৰ নাম খৈ মালা ।

ADVERTISEMENT

মহিলাগৰাকীক হত্যা কৰি স্বামী হাফিজুৰ ৰহমানে পলাই যাবলৈ চেষ্টা কৰে যদিও গাঁওবাসীয়ে আটক কৰি গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে হাফিজুৰ ৰহমানক ।

Exit mobile version