★দাঁতৰ বিষত লং বিষোৱা দাঁতটোত অলপ সময় লগাই ৰাখিলে বিষ কমে।
★লং খালে মুখৰ দুৰ্গন্ধ নোহোৱা হয়।
★ডিঙি বিষালে গৰম পানীত লং উতলাই সেই পানীৰে কুলি কুলি কৰিলে আৰাম পোৱা যায়।
★পেটত বায়ু হ’লে লং খালে আৰাম পোৱা যায়।
★যিসকলৰ অনবৰত হিকটি আহি থাকে তেওঁলোকৰ বাবে লং উপকাৰী।
★পিত্ত ৰোগতো লং ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
★ক্ষয়ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবেও লং উপকাৰী।