ক’ভিড আপডেট

20200626236L

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৮ হেজাৰ ৭১১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১২ লাখ ১০ হেজাৰ ৭৯৯ জন ।

● ইতিমধ্যে এক লাখ ৫৭ হেজাৰ ৭৫৬ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ১০০ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।

● বিগত ২৪ঘন্টাত সাত লাখ ৩৭ হেজাৰ ৮৩০ জন লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হয়।

Exit mobile version