বৰপথাৰ আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত হিমাদ্রি নামৰ AS09C 2272 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ পৰা জব্দ প্ৰায় ৪০ লক্ষাধিক টকা । গোলাঘাটৰ ব্যৱসায়ী পৱন কুমাৰ শৰ্মা নামৰ এজন ব্যক্তিৰ পৰা জব্দ কৰা হৈছে ধন খিনি । তথ্য অনুসৰি ডিমাপুৰৰ পৰা অনা হৈছিল ধন খিনি ।
বোকাজানৰ বৰপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025