■ তিলে চুলিৰ গুৰি শক্তিশালী কৰে । ইয়াত উপলব্ধ উচ্চ পৰিমাণৰ অ’মেগা ফেটী এচিডে চুলি দীঘল হোৱাত সহায় কৰে আৰু চুলি ফটা ভাল কৰে ।
■ তিল হৈছে এণ্টিঅ’ক্সিডেণ্টযুক্ত যিয়ে ছাল ভালে ৰাখে ।
■ তিলত উপলব্ধ তেলে গাৰ ছাল কোমল কৰে ।
■ তিলত উপলব্ধ উচ্চ ফাইবাৰ আৰু অসংপৃক্ত ফেটী এচিডে কোষ্ঠকাঠিন্য ৰোগ নিৰাময় কৰাত সহায় কৰে ।
■ তিলত থকা উচ্চ পৰিমাণৰ মেগনেছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।