★ গাজৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে।
★গাজৰত থকা ভিটামিন চি য়ে আমাৰ শৰীৰত এন্টিবডি গঢ়াত সক্ষম কৰি তুলে।
★গাজৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে ।গাজৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত থকাত সহায় কৰে।
★গাজৰত থকা এন্টিঅক্সিডেন্টে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।
★গাজৰে কৌষ্ঠকাঠিন্য ৰোগৰ বাবে উপকাৰী। গাজৰে কৌষ্ঠকাঠিন্য ৰোগ হ্ৰাস কৰাত সহায় কৰে।
★ গাজৰ তেজৰ বাবে উপকাৰী।