দিনটোৰ ৰাশিফল

1604999703blobid0 3

মেষ : প্ৰেমৰ সন্ধানত ব্যস্ত থাকিব। কিন্তু শৰীৰ ভালে নাযাব পাৰে ব্যৱসায়ীসকল কোনাে সম্ভাব্য যােগাযােগৰ বাবে চেষ্টা কৰি চাব পাৰে প্রেমত মতবিৰােধ। বিদ্যাত উৎসাহ। শুভ ৰং ৰঙা।

বৃষ : সংযমী মানােভাৱ মাজেৰে আপুনি কৰ্ম আৰু যােগাযােগ ৰক্ষা কৰিব পাৰিব। বিদ্যার্থীৰ বাবে শুভাশুভ। কর্মসমন্ধীয় কামত কষ্টেৰে প্ৰগতি কৰিব। শুভ ৰং বগা।

মিথুন : হাঁহি-ধেমালিৰে পাৰ হ’ব। কোনাে কাৰণত বৃদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব। বিদ্যাতাে বেয়া নহ’ব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি কাৰকতা। শৰীৰ বিশেষ ভাল বুলি ক’ব নােৱাৰি। শুভ ৰং নীলা।

কর্কট : ছােৱালীৰ আনন্দ আর্থিকত বাধা কম পাব। কিন্তু কোনােৱে কৰ্মস্থান কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফল পাব। শৰীৰে মধ্যম। পাৰিবাৰিক শুভ। শুভ ৰং সেউজীয়া।

সিংহ :উৎসৱত অংশ কৰিব। মাজে মাজে চিন্তাই জুমুৰি দি ধৰিব। কর্মস্থানন্ত সচ্ছলতা নাথাকিব। শৰীৰ মধ্যম। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব। কাকো কক্ষ ব্যৱহাৰ নকৰিব। শুভ ৰং পাতল নীলা।

কন্যা : আমােদ-প্রমােদ হ’ব পাৰে। কর্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। বিদ্যার্থীৰ কিছু বেমাজালি আহিব পাৰে। প্ৰেমত শুভ দাম্পত্যত সাধাৰণ মতান্তৰ। শুভ ৰং নীলা।

তুলা : গীত-মাতত সুনাম ওলাব। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব। শত্ৰুৰ পৰা মিত্র যােগাৰ আশা। বিয়া-বাৰুৰ সংযােগ। শুভ ৰং বগা

বৃশ্চিক : উকীলৰ সুনাম থাকিব। কোনাে অপৰাধীৰ কথাত মত অস্থিৰতা থাকিব। ব্যৱসায়ত প্রাপ্য ধন আদায়ৰ সুযােগ পাব। পাৰিবাৰিক শুভ। শুভ ৰং সােণালী।

ধনু: বন্ধু সহায় ভাল। চকুৰ আমনি দেখা যায়। কর্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব। দাম্পত্যত সিমান আনন্দ নাথাকিব। বিদ্যাত শুভ। শুভ ৰং হালধীয়া।

মকৰ :শৰীৰ পীড়া কর্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ কৰিব। প্রাপা সুযােগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল। ভ্ৰমণত লাভজনক ফল কম শুভ ৰং মাটিয়া।

কুম্ভ : বিশাল মন পাৰদৰ্শিতা থাকিব। আর্থিক দিশত খৰচৰ পথ মুক্ত থাকিব অংশীদাৰী ব্যৱসায়ত লাভৰ কবিতা। দূৰ ভ্ৰমণৰ যােগ।শুভ ৰং ক’লা।

মীন : প্রচেষ্টা সফল কাৰ্যসূচীৰ সুস্থ সমাধান পাব। সুচিন্তা আৰু আপােনাৰ ভদ্ৰতাৰ বাবে অনুকূলতাৰ প্ৰভাৱ পেলাব। নতুন কোনাে আশা পূৰণ হ’ব শুভ ৰং গুলপীয়া।

Exit mobile version