দুপৰ টেঙাৰ পাতৰ উপকাৰিতা

large

★দুপৰ টেঙাৰ পাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

★দুপৰ টেঙাৰ পাত প্ৰতিদিনে খালে পিত্তৰ পাথৰ, কিডনিৰ পাথৰ গলে ৷

★দুপৰ টেঙাৰ পাত উচ্চ ৰক্তচাপ, জণ্ডিচ, কলেৰা আৰু তেজ-হাগনিৰ বাবে উপকাৰী ৷

★দুপৰ টেঙাৰ ৰস কাণৰ বিষ আৰু সংক্ৰমণৰ বাবে উপকাৰী।

★মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে।

★প্ৰস্ৰাৱ কম কমকৈ হ’লে দুপৰ টেঙা বটি নাভিত ভৰণ দিলে শীঘ্ৰে প্ৰস্ৰাৱ খোলোচা হয়।

★জ্বলা-পূৰা-খহু আৰু চকুৰ অসুখত দুপৰটেঙাৰ পাত গৰম কৰি সেক দিলে ৰোগীয়ে উপশম পায় ৷

★জুইয়ে পোৰা নাইবা উতলা পানীৰে শৰীৰ ডেই গলে লগে লগে কেঁচাপাত থেতালি প্ৰলেপৰ দৰে লগাই দিলে নিশ্চিতভাবে উপকৃত হয়।

★মৌজোল বা সামান্য লোণৰ স’তে দুপৰটেঙাৰ পাতৰ ৰস খালে মূৰৰ বিষ , গাঁঠিৰ বিষৰ উপশম হয়।

Exit mobile version