এইবাৰ বিয়াৰ পুৰোহিত হোৱাৰ প্ৰস্তাৱ আহিলে জনপ্ৰিয় অভিনেতা ছনু ছুডলৈ

SS3 1

তলাবন্ধৰ সময়ছোৱাত বিভিন্নজনৰ সহায় কৰি ‘মছিহা’হয় উঠিছিল অভিনেতা ছনু ছুড । নিঃস্বাৰ্থ ভাবে সকলোৰে কাষত থিয় দিয়ে অভিনেতাগৰাকীয়ে ।দিনক দিনে তেওঁৰ সুকৰ্মৰ তালিকা দীঘলীয়া হৈ আহিছে।

ADVERTISEMENT

এইবাৰ অন্য এটা সহায় বিচাৰি ছনু ছুডক টুইট কৰিলে অভিনেতাগৰাকীৰ এজন অনুৰাগীয়ে ।অনুৰাগীজনে টুইটত লিখিছে ,আপুনি বিয়া কৰাই দিব নেকি ছাৰ ।

অনুৰাগীজনৰ টুইটত অভিনেতাজনে প্ৰত্যুত্তৰ কৰি লিখিছে কিয় নিদিম ,বিয়াৰ বাবে মন্ত্ৰও পঢ়ি দিম ।কেৱল ছোৱালী বিচৰাৰ কষ্ট আপুনি কৰি লওক ।

Exit mobile version