আজি মনোনয়ন দাখিল কৰিব স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

Ew0UX04UUAEVDG

● বিয়লি ২.৩০ বজাত মনোনয়ন দাখিল কৰা হ’ব ।
● সমৰ্থকৰ বিশাল ৰেলীৰে গুৱাহাটীৰ সোণাৰাম খেলপথাৰৰ পৰা যাত্ৰা উপায়ুক্তৰ কাৰ্যালয়লৈ ।
● মনোনয়ন দাখিলৰ পূৰ্বে মা কামাখ্যাৰ আশিস ল’লে মন্ত্ৰী ড° শৰ্মাই ।

Exit mobile version