ভাৰতত মুক্তি পাব মেডিয়াটেক হেলিঅ’ জি৮০ এছচি-ৰ মাইক্ৰ’মেক্স ইন১

■ মাইক্ৰ’মেক্স ইন১ ৪জিবি আৰু ৬জিবি দুটা ৰেমযুক্ত ।
■ ফোনটোত দুটা ইনবিল্ট ষ্ট’ৰেজ থাকিব ৬৪জিবি আৰু ১২৮ জিবি ।
■ ফোনটো সম্প্ৰতি এণ্ড্ৰইড ১০ত পৰাচালিত কিন্তু আগন্তুক মে’লৈকে এণ্ড্ৰইড ১১ লৈ আপগ্ৰেড কৰা হ’ব ।
■ ছেল্ফি কেমেৰাৰ বাবে ফোনটোত এটা বিন্ধা দিয়া হৈছে ।
■ মাইক্ৰ’মেক্স ইন১ মেডিয়াটেক হেলিঅ’ জি৮০ এছচি দ্বাৰা পৰিচালিত ।
■ ফোনটো এক্স (X) প্ৰিণ্টৰ স’তে দুটা ৰঙত উপলব্ধ হ’ব নীলা আৰু বেঙুনীয়া ।
■ ফোনটোৰ মূল্য ১০,৪৯৯ৰ পৰা আৰম্ভ কৰি ১১,৯৯৯ টকা ।
■ ফ্লিপকাৰ্ট আৰু মাইক্ৰ’মেক্স ৱেবছাইটত মাইক্ৰ’মেক্স ইন১-ৰ প্ৰথম চানেকি ক্ৰয়ৰ বাবে মুকলি হ’ব বিয়লি ১২ বজাত ।
■ ৪জিবি+৬৪জিবি ভেৰিয়েণ্টটোৰ মূল্য হ’ব ৯,৯৯৯ টকা আৰু ৬জিবি+১২৮জিবি ভেৰিয়েণ্টটোৰ মূল্য হ’ব ১১,৪৯৯ টকা ।

Exit mobile version