তুলসীৰ ঔষধি গুণ

জানো আহক

766x416 Holy Basil 732x415 1

● তুলসী ভিটামিন চি আৰু জিংক সমৃদ্ধ । শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
● তুলসীত এণ্টি বেক্টেৰিয়া আৰু এণ্টি-ভাইৰেল গুণ থাকে, যিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজত সহায় কৰে আৰু জ্বৰ কম কৰে ।
● তুলসীত যৌগিক অ’চিমোম’ছাইডছ এ আৰু বি উপলব্ধ । এই যৌগবোৰে ষ্ট্ৰেছ হ্ৰাস কৰে আৰু মস্তিষ্কত নিউৰ’ট্ৰান্সমিটাৰ ছেৰ’ট’নিন আৰু ড’পামাইনক নিয়ন্ত্ৰণ কৰে ।

● তুলসীত উপলব্ধ ফাইট’কেমিকেলবোৰৰ শক্তিশালী এণ্টিঅ’ক্সিডেণ্ট থাকে । এইবোৰে ছাল, যকৃত, মৌখিক আৰু হাঁওফাঁও কৰ্কট ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে ।
● তেজৰ লিপিড কণ্টেণ্ট কম কৰি ইস্কেমিয়া আৰু ষ্ট্ৰ’ক দমন কৰে ।

● উচ্চ ৰক্তচাপ হ্ৰাস কৰে ।
● তুলসীৰ উচ্চ এণ্টিঅ’ক্সিডেণ্টে কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ।
● তুলসীয়ে ছালৰ ব্ৰণৰোগ নিয়ন্ত্ৰণ কৰে ।

● তুলসীয়ে চুলিৰ গুৰি শক্তিশালী কৰি চুলি সৰা ৰোধ কৰে ।
● তুলসীত থকা এণ্টিফাংগাল গুণে মূৰৰ উফি প্ৰতিৰোধ কৰে ।

Exit mobile version