■ বেনেলি টিআৰকে ৫২০এক্স হৈছে মটৰচাইকেলৰ এডভেনছাৰ স্পিচিয়েল সংস্কৰণ ।
■ টিআৰকে ৫২০এক্স বিএছ৬ বুকিঙৰ আৰম্ভণি মূল্য ১০ হেজাৰ টকা ।
■ বেনেলি টিআৰকে ৫২০এক্সৰ ধাতৱ ধূসৰ ৰঙৰ মূল্য ৫.১৯ লাখ টকা ।
■ বেনেলি টিআৰকে ৫২০এক্সৰ ৰঙা আৰু বগা ৰঙৰ মূল্য ৫.২৯ লাখ টকা ।
■ টিআৰকে ৫২০এক্স বিএছ৬-ৰ মূল্য ৩১ হেজাৰ টকা ।
■ বেনেলি টিআৰকে ৫২০এক্স বিএছ৬-ৰ বিশেষ একো সংস্কৰণ কৰা হোৱা নাই ।
■ বেনেলি টিআৰকে ৫২০এক্স হৈছে অফ ৰোড স্পিচিয়েল সংস্কৰণ । ইয়াত উপলব্ধ হ’ব ১৯ ইঞ্চি ফ্ৰণ্ট আৰু ১৭ ইঞ্চি ৰেয়াৰ স্প’কড চকা ।
ভাৰতত উন্মোচন পালে ২০২১ বেনেলি টিআৰকে ৫২০এক্স
প্ৰাৰম্ভিক মূল্য ৫.১৯লাখ টকা
