● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪০ হেজাৰ ৭১৫ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১৬ লাখ ৮৬ হেজাৰ ৭৯৬ জন ।
● ইতিমধ্যে এক লাখ ৬০ হেজাৰ ১৬৬ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ১৯৯ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।
ক’ভিড আপডেট
-
By publisher
![Assam News Today | ক'ভিড আপডেট - Dainik Agradoot | 1609464689 covid](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2021/03/1609464689_covid.jpg?fit=640%2C356&ssl=1)
Related Content
Buckingham Palace Balcony Opens to the Public:সাধাৰণ লোকৰ বাবে মুকলি হ'ল বাকিংহাম পেলেচৰ বেলকনি
By
publisher
July 13, 2024
3 Lakh Palestinians Leave Gaza:অলি-গলিয়ে মৃতদেহৰ স্তূপ !
By
publisher
July 13, 2024
GST:সাত বছৰত দেশত জিএছটি সংগ্রহত অভিলেখ
By
publisher
July 13, 2024
Assam Society of Bangalore organizes Green Move:অসম চ'ছাইটি অৱ বেঙ্গালুৰুয়ে গ্ৰহণ কৰিছে গ্ৰীণ মুভৰ পদক্ষেপ
By
publisher
July 13, 2024