মেষঃ সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কৰ্মক্ষেত্ৰতো শুভ ফল । ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম । শুভ ৰং ক্ৰীম ।
বৃষঃ আৰ্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব । ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা । শুভ ৰং বগা ।
মিথুনঃ কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব । কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব । সৰু-সুৰা কথাত কিছু মানসিক প্ৰভাৱ পেলাব । বন্ধুৰ সহায় । আৰ্থিক প্ৰাপ্তিৰ আশা ।
কৰ্কটঃ শাৰীৰিকত কিছু আহুকালৰ কাৰক । বিদ্যাত মধ্যম । পূৰ্বৰ দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ । দিশ উন্নত অৱশ্যে আপোনাৰ হুৰমুৰীয়া স্বভাৱৰ দোষত । ভ্ৰমণত শুভ, ৰং পাতল নীলা ।
সিংহঃ কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে । সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব । দাম্পত্যত অৱশ্যে নতুন চিন্তা থাকিব । শুভ ৰং হালধীয়া ।
কন্যাঃ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ । কৰ্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি প্ৰায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব । বিদ্যাত বেয়া নহ’ব । ভ্ৰমণাদিত মধ্যম । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭ ।
তুলাঃ সাধাৰণ শৰীৰৰ আহুকাল অলপ । কোনোৱে প্ৰৱঞ্চকৰ কৱলত পৰাৰ কাৰক সাৱধান হ’লে ভয় কম বিদ্যাত যত্নৰ ফল লাভ । দাম্পত্যত ভালেই । কৰ্মাদিত উৎসাহ । শুভ ৰং ক’লা ।
বৃশ্চিকঃ ক্ৰমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে । হ’বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ । শুভ ৰং নীলা ।
ধনুঃ বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি । উন্নত দিনৰ অনুমান । যোগাযোগৰ খুব বেয়া নহ’ব । ভাব কথাৰ লগত সাদৃশ্য কম যদিও প্ৰতিকূলো নহ’ব । বিদ্যাত বাধা কম । শুভ ৰং ক্ৰীম ।
মকৰঃ কোনোৰ প্ৰিয় বন্ধু-বান্ধৱীৰ সংগত সুখ । ভঙা-পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে ভ্ৰমণৰ সষ্টম হওক । শুভ ৰং বগা ।
কুম্ভঃ পঢ়া-শুনাত মনযোগ লাগিব । ৰুক্ষ চিন্তা অত্যাধিক খৰচ হ’লেও আয়ত্ত থাকিব । দুষ্টৰ সংগই বিপদ আনিব পাৰে লোহ । পদমৰ্যাদা লাভ । শুভ ৰং হালধীয়া ।
মীনঃ আৰ্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ । মতান্তৰ হ’ব লগা কথাত মন নিদিব । নতুন সম্পদ ক্ৰয় । শুভ ৰং ক’লা ।