হোজাইত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

20210314049L 1615718347059 1615718397234

● লামডিঙৰ ছহিদ মৈদামত শিবু মিশ্ৰৰ হৈ প্ৰচাৰ কাৰ্য চলোৱাৰ পাছত হোজাইৰ জনসভাত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।
● হোজাইত ৰামকৃষ্ণ ঘোষৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

Exit mobile version