অসমত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোদীয়ে

20201224138L

● আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

● ছিপাঝাৰৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
● ছিপাঝাৰ নাৰায়ণপুৰত ১০ জন প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ ।
● নাৰায়ণপুৰত ডঃ অমিয় কুমাৰ ভূঞাৰ হৈ চলাব প্ৰচাৰ ।

Exit mobile version