দিনটোৰ ৰাশিফল

1604999703blobid0 8

মেষঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম । সৰু-সুৰা বিৰোধী কথাত কিছু মন নিদিলে কৰ্মক্ষেত্ৰতো শুভ ফল । শুভ ৰং ক্ৰীম ।

বৃষঃ আৰ্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো প্ৰচেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব । ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা । শুভ ৰং বগা ।

মিথুনঃ কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব । কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব । সৰু-সুৰা কথাত কিছু মানসিক প্ৰভাৱ পেলাব । বন্ধুৰ সহায় । আৰ্থিক প্ৰাপ্তিৰ আশা । শুভ ৰং কমলা ।

কৰ্কটঃ পূৰ্ব দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত । অৱশ্যে আপোনাৰ হুৰমুৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম । ভ্ৰমণ । শুভ ৰং পাতল নীলা ।

সিংহঃ কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে । সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব । ফল দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব । শুভ ৰং হালধীয়া ।

কন্যাঃ কৰ্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি প্ৰায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব । জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ । বিদ্যাত বেয়া নহ’ব । ভ্ৰমাণাদিত মধ্যম । শুভ ৰং গেৰুৱা, শুভ সংখ্যা সাত ।

তুলাঃ কোনোৱে প্ৰৱঞ্চকৰ কৱলত পৰাৰ কাৰক সাৱধান হ’লে ভয় কম বিদ্যাত যত্নৰ ফল লাভ । সাধাৰণ শৰীৰৰ আহুকাল অলপ । দাম্পত্যত ভালেই । শুভ ৰং ক’লা

বৃশ্চিকঃ ক্ৰমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে । হ’বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ । শুভ ৰং নীলা ।

ধনুঃ উন্নত দিনৰ অনুমান যোগাযোগৰ ই
খুব বেয়া নহ’ব । ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্ৰতিকূলো নহ’ব । বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি । বিদ্যাত বাধা কম । শুভ ৰং ক্ৰীম ।

মকৰঃ ভঙা-পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে ভ্ৰমণৰ সষ্টম হওক । কিন্তু কোনোৰ প্ৰিয় বন্ধু-বান্ধৱীৰ সংগত সুখ । শুভ ৰং বগা ।

কুম্ভঃ ৰুক্ষ চিন্তা অত্যাধিক খৰচ হ’লেও আয়ত্ত থাকিব । পঢ়া-শুনাত মনযোগ লাগিব । দুষ্টৰ সংগই বিপদ আনিব পাৰে লোহ । পদমৰ্যাদা লাভ । শুভ ৰং হালধীয়া ।

মীনঃ আৰ্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ । মতান্তৰ হ’ব লগা কথাত মন নিদিব ্ নতুন সম্পদ ক্ৰয় । শুভ ৰং ক’লা ।

Exit mobile version