সৰুপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ

ৰাইজৰ দৃষ্টিত কংগ্ৰেছ দল অপৰাধীঃ সোণোৱাল

sarbananda sonowal m

● সৰুপথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ ।
● সভাখনত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা, এজিপি-বিজেপিৰ কৰ্মকৰ্তাসহ বহু সমৰ্থক ।
● ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, প্ৰাৰ্থী ফুকনে দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁৰ সকলো প্ৰতিশ্ৰুতি পূৰণত বিজেপিয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব ।

Watch Video

● কংগ্ৰেছেৰ কাৰ্যকালত চৰকাৰী আঁচনিৰ ধন পাবলৈ ঘোষ দিব লগা হৈছিল বুলি তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
● লগতে কয় যে, কংগ্ৰেছে ৰাইজৰ ধন আত্মসাৎ কৰিছে সেয়ে ৰাইজৰ দৃষ্টিত কংগ্ৰেছ দল অপৰাধী ।

Exit mobile version