হিৰ’ ম’ট’ক’ৰ্পৰ টু-হুইলাৰত কেছবেক অফাৰ ঘোষণা

unnamed 1

■ হিৰ’ ম’ট’ক’ৰ্প সংস্থাটো আৰম্ভ হোৱাৰে পৰা এই পৰ্যন্ত ১০ কোটি মটৰচাইকেল বিক্ৰী কৰিব পৰা সফলতা উদযাপনৰ বাবে নিৰ্বাচিত টু-হুইলাৰত কেছবেক অফাৰ ঘোষণা কৰিছে ।
■ হিৰ’ ম’ট’ক’ৰ্পে তিনি হেজাৰ পাঁচশ পৰ্যন্ত কেছবেক অফাৰ কৰিছে ।

■ অফাৰটো ষ্টক থকালৈহে কাৰ্যকৰী হ’ব ।
■ সংস্থাটোৱে জনায় যে, নিৰ্বাচিত জনপ্ৰিয় মডেল স্প্লেণ্ডাৰ+, এক্সট্ৰিম ১৬০আৰ, পেছন প্ৰ’, গ্লেমৰ ১২৫, ডেষ্টিনি ১২৫ আৰু মেষ্ট্ৰ’ এজ ১১০ত অফাৰ উপলব্ধ হ’ব ।

Exit mobile version