- সোণাৰি সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰত প’লিং বিষয়াৰ মৃত্যু।
- ১৪৭ নম্বৰ শালকঠানী চাহ বাগিচাৰ ভোটগ্ৰহন কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত ধলি পৰে বিষয়াজন ।
- হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু তুলসী খনিকৰৰ।
- সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু।
- হাজোৱা বাগিচা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল মৃত খনিকৰ।
সোণাৰিত কৰ্তব্যৰত অৱস্থাত পলিং বিষয়াৰ মৃত্যু
-
By publisher
- Categories: Assam, India, News, Politics
- Tags: Assam Assembly Election 2021Tulshi Khanikar
Related Content
Bijulee Bhawan Fire:মহানগৰীৰ পল্টন বজাৰস্থ বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড
By
publisher
May 3, 2024
Illegal Liquor Seized In Guwahati:মহানগৰীত অবৈধ বিলাতী সুৰা-চুলাই জব্দ,গ্ৰেপ্তাৰ ৯
By
publisher
May 3, 2024
Aap Press Release:বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া
By
publisher
May 3, 2024