ৰাইজৰ লগত ৰঙৰ উৎসৱ উদ্‌যাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

WhatsApp Image 2021 03 29 at 12.29.43 PM

● আজি ফাঁচি বজাৰত ৰাইজৰ স’তে ৰঙৰ উৎসৱ পালন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
● ৰাইজক ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।
● জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে একজোঁট হৈ থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ।
● অনুষ্ঠানখনত উপস্থিত থাকে, গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিজয় গুপ্তা, মনোজ স্বামীকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোক ।
● ৰাইজৰ স’তে ফাকু খেলি মুখ্যমন্ত্ৰী সোণোৱালে একতাৰ নিদৰ্শন দাঙি ধৰে ।

Exit mobile version